পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস...

পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত অভিযোগ তুলিছিল ভিক্টৰ দাসে

author-image
Asomiya Pratidin
New Update
পুনৰ আটক ভিক্টৰ দাসক....

Victor Das suddenly ill

ডিজিটেল ডেস্ক : পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত অভিযোগ তুলিছিল ভিক্টৰ দাসে। আৰু তাৰ পাছতেই আৰক্ষীয়ে জেৰা চলাই গ্ৰেপ্তাৰ কৰে ভিক্টৰক।

Advertisment

উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল। ভিক্টৰ দাস এতিয়া আৰক্ষীৰ জিম্মাত। হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ। আজি পাণবজাৰ থানালৈ আহিব ভিক্টৰৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক।

ভিক্টৰ দাসক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ অভিভাৱক সকলে চৰকাৰ তথা আৰক্ষীক আহ্বান জনাইছিল।

assam police panbazar guwahati