/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/68463eec-b9b6-416f-9d60-2bb63532d785/WhatsApp_Image_2022_09_10_at_2_44_48_AM.jpeg)
VICTOR DAS VICTOR DAS
অৱশেষত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভিক্টৰ দাসক।
৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভিক্টৰ দাসক।
কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতে ভিক্টৰক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।
পাণ বজাৰ আৰক্ষীয়ে ভিক্টৰক বিচাৰিছিল তেওঁলোকৰ জিম্মাত।
২৬ হাজাৰ নিযুক্তিৰ পৰীক্ষাক কেন্দ্ৰ কৰি চাকৰিৰ বজাৰ মেলাৰ অভিযোগ তুলিছিল ভিক্টৰে।
আৰক্ষীয়ে ভিক্টৰৰ অভিযোগ ভিত্তিহীন আখ্যা দিছে।
কোনো তথ্য প্ৰমাণ নোহোৱাকৈ ভিক্টৰে এই অভিযোগ উত্থাপন কৰিছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।