গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ

ভিক্টৰ দাসৰ জামিন মঞ্জুৰ। অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

author-image
Asomiya Pratidin
New Update
ভিক্টৰ দাসক গ্রেপ্তাৰ গুৱাহাটী আৰক্ষীৰ, চাকৰিক লৈ অপপ্রচাৰ চলোৱাৰ অভিযোগত গ্রেপ্তাৰ দাসক...

victor das

ভিক্টৰ দাসৰ জামিন মঞ্জুৰ।

অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

শুকুৰবাৰে জামিন মঞ্জুৰ হয় ভিক্টৰ দাসৰ।

২৯ ছেপ্টেম্বৰত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত টকাৰ লেন দেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।

তাৰ পাছতেই হৈছিস গ্ৰেপ্তাৰ।

আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মা দিছিল ভিক্টৰক।

assam victor das Assam police