বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতি

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতি
  • বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতি ।

  • মঙলবাৰে নিশাৰে পৰা কৃত্ৰিম শ্বাস-প্ৰশ্বাসত ৰখা হৈছে চিত্ৰশিল্পী গৰাকীক ।

  • ২২ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে চিত্ৰশিল্পী গৰাকী ।

  • চিত্ৰশিল্পী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত এই কথা অৱগত কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in