প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ...

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ...
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ...
  • বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ।

  • প্ৰবীণ অভিনেত্ৰীগৰাকী ভৰ্তি কৰোৱা হৈছে শ্বিলঙৰ বেথানী হাস্পাতালত।

  • বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰীগৰাকী।

  • অসমীয়া চিনেমা জগতলৈ অমূল্য বৰঙণী আছে জ্ঞানদা কাকতিৰ।

  • পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত অংশগ্ৰহণ কৰিছিল বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত।

  • ২০০২ চনত তেওঁ অসম চৰকাৰৰ পৰা লাভ কৰিছিল বিষ্ণু ৰাভা বঁটা ।

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ...
সংসদৰ শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাৰ পৰা নিলম্বন ১৫ গৰাকী সাংসদক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in