/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/30e439ed-9503-4f3a-b9ed-bbebec0ecec4/gyanada_14.jpg)
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ...
বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ।
প্ৰবীণ অভিনেত্ৰীগৰাকী ভৰ্তি কৰোৱা হৈছে শ্বিলঙৰ বেথানী হাস্পাতালত।
বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰীগৰাকী।
অসমীয়া চিনেমা জগতলৈ অমূল্য বৰঙণী আছে জ্ঞানদা কাকতিৰ।
পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত অংশগ্ৰহণ কৰিছিল বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত।
২০০২ চনত তেওঁ অসম চৰকাৰৰ পৰা লাভ কৰিছিল বিষ্ণু ৰাভা বঁটা ।
Also Read: সংসদৰ শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাৰ পৰা নিলম্বন ১৫ গৰাকী সাংসদক...