ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস আৰু নাই

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস আৰু নাই
  • ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা প্ৰাণজিত দাস আৰু নাই

  • দীৰ্ঘদিন ধৰি চিকিৎসালয়ত থকা প্ৰবীণ অভিনেতা গৰাকীয়ে দেওবাৰে ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে

  • অভিনেতা গৰাকী গুৱাহাটীৰ মেট্ৰ' হস্পিতালত চিকিৎসাধীন হৈ আছিল

  • দীৰ্ঘ সময় ধৰি তেওঁ ভ্ৰাম্যমাণত বলিষ্ঠ অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল

  • অভিনয় কৰি থকা সময়তে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in