/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c23d9247-d819-4478-8b3f-f2dfc43a475f/pranjit_das.jpg)
ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা প্ৰাণজিত দাস আৰু নাই
দীৰ্ঘদিন ধৰি চিকিৎসালয়ত থকা প্ৰবীণ অভিনেতা গৰাকীয়ে দেওবাৰে ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে
অভিনেতা গৰাকী গুৱাহাটীৰ মেট্ৰ' হস্পিতালত চিকিৎসাধীন হৈ আছিল
দীৰ্ঘ সময় ধৰি তেওঁ ভ্ৰাম্যমাণত বলিষ্ঠ অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল
অভিনয় কৰি থকা সময়তে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us