শিৱসাগৰত জব্দ ৪খনকৈ গোধন ভৰ্তি বাহন

শিৱসাগৰত জব্দ ৪খনকৈ গোধন ভৰ্তি বাহন
  • শিৱসাগৰত জব্দ ৪খনকৈ গোধন ভৰ্তি বাহন ।

  • চিলাপথাৰৰ পৰা নাগালেণ্ডলৈ যোৱাৰ সময়তে জব্দ বাহনকেইখন ।

  • বাহনকেইখনৰ পৰা ৩২টাকৈ গোধন সহ আটক ৭জনকৈ লোক ।

  • ঘটনাস্থলীৰ পৰা পলায়ন আন এখন গোধন ভৰ্তি বাহন ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in