লাচিত সংঘৰ কাৰ্যালয়ত কোভিড-১৯ ৰ বিনামূলীয়া প্ৰতিষেধক কাৰ্যসূচী…

লাচিত সংঘৰ কাৰ্যালয়ত কোভিড-১৯ ৰ বিনামূলীয়া প্ৰতিষেধক কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ স্বেচ্ছাসেৱী সংগঠন ৰেইজড আৰু অসম চৰকাৰ স্বাস্থ্য় বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এক কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযান। গুৱাহাটী পৌৰ নিগমৰ ৩৬ নং ৱাৰ্ডৰ পাৰিষদ মেঘনা হাজৰিকা আৰু লাচিত সংঘৰ উদ্যোগত অহা ১৪ আগষ্ট দেওবাৰে অনুষ্ঠিত হ'ব এই কোভিড-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী।

লাচিত সংঘৰ কাৰ্যালয়ত ১৪ আগষ্টৰ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হ'ব এই প্ৰতিষেধক প্ৰদান অভিযান। যিসকল ৰাইজে কোভিড-১৯ ৰ প্ৰতিষেধক ল'বলৈ ইচ্ছ্যুক তেওঁলোকক নিৰ্দিষ্ট সময়ত ৩৬ নং ৱাৰ্ডত থকা লাচিত সংঘৰ কাৰ্য়ালয়ত উপস্থিত হৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in