Advertisment

উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন...

অসম জাতীয়তাবাদী যুৱ  ছাত্ৰ পৰিষদ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১৬ মাৰ্চৰ পৰা উৰিয়া গাঁও খেলপথাৰত তৃতীয় বাৰ্ষিক  প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dddddddddddddddd

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ অসম জাতীয়তাবাদী যুৱ  ছাত্ৰ পৰিষদ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১৬ মাৰ্চৰ পৰা উৰিয়া গাঁও খেলপথাৰত তৃতীয় বাৰ্ষিক  প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Advertisment
e2e3f75c-0a27-49fc-ae63-69f614b0cd70

 

প্ৰতিযোগিতাখনত বিজয়ী দলক ৩১,১১১ টকা আৰু ৰাণাৰ্ছ-আপ দলক ১৫,১১১ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হব।প্ৰতিযোগিতাখন ১৬ টা  দলৰ মাজত অনুষ্ঠিত হব। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচৰা দলৰ ভৰ্তি মাচুল ১৫০০ টকা।ইচ্ছুক দলসমূহক ৯৩৯৫৫২৮২৬০,৮৮২২৪৮৮৩৮১,৬০০০৬৩০৩৬৬ আৰু ৬০০০৩৪৫১৭০ নম্বৰত যোগাযোগ কৰিবৰ বাবে উদ্যোক্তাসকলে আহ্বান জনাইছে।

ebf808f8-5acc-4b6d-93b0-b8be056e1b71

 

ক্ৰিকেট