Advertisment

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ মৃত্যু...

নতুন বছৰৰ আৰম্ভণিতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেয়া খবৰ।  উদ্যানৰ ভিতৰত এটা প্ৰাপ্ত বয়স্ক মৃত গঁড়ৰ উদ্ধাৰ।   নিচিলামাৰী বন শিবিৰৰ সমীপত প্ৰাত্যহিক টহলদাৰী গোটে প্ৰত্যক্ষ কৰে মৃত গড়টো।

author-image
Asomiya Pratidin
New Update
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেয়া খবৰ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেয়া খবৰ। Photograph: (ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেয়া খবৰ। )

  • নতুন বছৰৰ আৰম্ভণিতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেয়া খবৰ।
  •  উদ্যানৰ ভিতৰত এটা প্ৰাপ্ত বয়স্ক মৃত গঁড়ৰ উদ্ধাৰ। 
  •  নিচিলামাৰী বন শিবিৰৰ সমীপত প্ৰাত্যহিক টহলদাৰী গোটে প্ৰত্যক্ষ কৰে মৃত গড়টো।
  •  খড়্গসহ  উদ্ধাৰ কৰা হৈছে গড়টো।
  •  গড়টোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক  মৃত্যু বুলি জানিব পৰা গৈছে।
ওৰাং ওৰাং ৰাষ্ট্ৰীয় উদ্যান