শুকুৰবাৰে ঘোষণা হ'ল শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল।মুঠ ১২ অসম সন্তানে লাভ কৰিলে কৃতিত্ব।মুঠ ৭৫৯ প্ৰাৰ্থীৰ চুড়ান্ত ফলাফল ঘোষণা কৰা হ'ল।কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান।দ্বিতীয় স্থানত অক্ষত জৈন।.আন আন কৃতিত্ব লাভ কৰা অসম সন্তানসকল হৈছে-১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক।১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা।১৪৫ নং স্থানত নমিতা শৰ্মা।১৬৬নং স্থানত দীপাংকৰ চৌধুৰী।১৭০ নং স্থানত গৰিমা শৰ্মা।২০০ নং স্থানত ঋষভা গাৰ্গ।২৮৭ নং স্থানত আৰণ্যক শইকীয়া।৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম।৫২৫ নং স্থানত অভিষেক গোস্বামী।৬৪৫ নং স্থানত তাপস বসুমতাৰী।.৬৫৬ নং স্থানত সৌৰভ শৰ্মা।৭০৮ নং স্থানত দীক্ষা লাংথাছা।.চাওক সৱিশেষ প্ৰাৰ্থীৰ তালিকা-