অসম মুখ্য-পৃষ্ঠা আশা কৰা ধৰণেই বিজয় সাৱ্যস্ত UPPL ৰ মণ্টু বড়োৰ আশা কৰা ধৰণেই বিজয় সাৱ্যস্ত UPPL ৰ মণ্টু বড়োৰ asomiyapratidin 12 Jun 2022 16:40 IST Follow UsNew Updateকোকলাবাৰী উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা।আশা কৰা ধৰণেই বিপুল ভোটত জয় লাভ কৰিলে ইউ পি পি এলৰ প্ৰাৰ্থী মণ্টু বড়োই।১৬,৩৪৬ টা ভোটৰ ব্যাৱধানত জয় লাভ মণ্টু বড়োৰ।২২ নং কোকলাবাৰী সমষ্টিৰ পৰা উপ-নিৰ্বাচনক জয় লাভ।মণ্টু বড়োৱে লাভ কৰে ৩২৫৭১ টা ভোট। assam election uppl btcআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক