প্ৰাথমিক অনুসন্ধানৰ পাছত চিকিৎসকৰ গাফিলতিৰ কথ‍া অস্বীকাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ...

প্ৰাথমিক অনুসন্ধানৰ পাছত চিকিৎসকৰ গাফিলতিৰ কথ‍া অস্বীকাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ...
  • মাজুলীৰ প্ৰতিভাবান সম্ভাৱনাময় শিল্পী তেজস্বিতাৰ অকাল মৃত্যুত মাজুলীত শোকৰ ছাঁ।   

  • তাৎক্ষণিক ভাৱে অধীক্ষক ডাঃঅমূল্য গোস্বামী ক আতৰাই ডাঃ কিশোৰ কুমাৰ কামানক অধীক্ষকৰ দায়িত্ব ।

  • সমগ্ৰ ঘটনা তদন্তৰ ঘোষণা জিলা প্ৰশাসনৰ।        

  • অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকন আৰু চক্ৰ বিষয়া জয়দেৱ ৰজকক দায়িত্ব। 

  • প্ৰাথমিক অনুসন্ধানৰ পাছত আন মন্তব্য অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ ।

  • "অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাছিল তেজস্বিতাৰ, চিকিৎসক নীলাক্ষী ঠাকুৰীয়াই কৰিছিল চিকিৎসা ।" এই ভাষ্য বিপুল দাসৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in