New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8d390658-b3f0-46db-adb7-a22e17d55fed/pic_eimuhurtor_khobor_copy.jpg)
ভঙাগড়স্থিত EXORO নামৰ বাৰখনত মাৰপিটৰ ঘটনা
দুই সুৰামত্ত যুৱতীয়ে বাৰত উপদ্রৱ চলোৱাৰ অভিযোগ
বাৰত থকা ফুলৰ টাবকে ধৰি একাধিক সামগ্রী লণ্ড-ভণ্ড
আনফালে বাৰৰ Bouncerএ যুৱতীদ্বয়ক প্রহাৰ কৰাৰ অভিযোগ
ঘটনাত হাত আৰু মুখত আঘাত পায় যুৱতী দুগৰাকীয়ে
আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যায় দুই যুৱতীক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us