New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- জয়ন্ত মল্ল বৰুৱাৰ অসম-অৰুণাচল সীমান্ত পৰিদৰ্শনৰ পাছতেই ধেমাজিৰ কেচাঁকাঠনিত সৃষ্টি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ ।
- অসমৰ লোকসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগ কৰিবলৈ বিচৰাৰ বাবেই লোককেইজনক অৰুণাচলী লোকে আক্ৰমণ কৰা বুলি অভিযোগ ।
- আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাত আহত ১২ গৰাকীকৈ অসমীয়া লোক ।
- নীৰৱ দৰ্শকৰ ভূমিকাত চি আৰ পি এফৰ জোৱান ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us