বাক্সাৰ শালবাৰীৰ যুৱকৰ ৰহস্যজনক মৃত্যু

বাক্সাৰ শালবাৰীৰ যুৱকৰ ৰহস্যজনক মৃত্যু
  • বাক্সাৰ শালবাৰীৰ যুৱকৰ ৰহস্যজনক মৃত্যু ।

  • মৃত যুৱকজন শালবাৰীৰ ভবিন বড়ো বুলি চিনাক্ত ।

  • লক্ষ্মী পূজা চাই দুই বন্ধুৰ সৈতে ঘৰলৈ উভতিছিল যুৱকজন ।

  • দুই বন্ধু খনীন বড়ো, চাইনিজ বড়োৰ বিৰুদ্ধে এজাহাৰ পৰিয়ালৰ ।

  • বৰ্তমানেও পলায়ন খনীন বড়ো আৰু চাইনিজ বড়ো ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in