New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7e6440c2-fe82-4afd-b5ee-dc6698371188/111.jpg)
বাক্সাৰ শালবাৰীৰ যুৱকৰ ৰহস্যজনক মৃত্যু ।
মৃত যুৱকজন শালবাৰীৰ ভবিন বড়ো বুলি চিনাক্ত ।
লক্ষ্মী পূজা চাই দুই বন্ধুৰ সৈতে ঘৰলৈ উভতিছিল যুৱকজন ।
দুই বন্ধু খনীন বড়ো, চাইনিজ বড়োৰ বিৰুদ্ধে এজাহাৰ পৰিয়ালৰ ।
বৰ্তমানেও পলায়ন খনীন বড়ো আৰু চাইনিজ বড়ো ।