/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e7ee215b-2d95-4498-94ef-c3a67a1533ae/chatia.jpg)
- চতিয়াত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ ৷ 
- উত্তৰ চতিয়াৰ হাটিশালত উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটোৰ বয়স প্ৰায় ৪০ বছৰ হ'ব বুলি ধাৰণা কৰা হৈছে। 
- পিন্ধনত এটা ক’লা জিন্চৰ লংপেণ্ট পৰিহিত পুৰুষজনৰ মৃতদেহটো হাটিশালৰ ৰাজপথত পৰি থকা অৱস্থাত স্থানীয়লোকে পুৱা প্ৰত্যক্ষ কৰে। 
- ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷ 
- সম্প্ৰতি চতিয়া আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ 
Also Read: কৃষি উৎপাদন আৰু ব্যৱসায় বৃদ্ধি সন্দৰ্ভত আলোচনা চক্ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us