/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3760d9ef-c0b4-4bf3-a95e-8cb4206de48c/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন আৰু ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা বিষয়ত যাৱতীয় প্ৰস্তুতি গ্ৰহণৰ বাবে শুকুৰবীৰে চৰাইদেউ আহি উপস্থিতি হয় ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দল। দলটোত আছে বিশেষজ্ঞ লিম চিং চিয়াং।
শনিবাৰে দ্বিতীয় দিনা লিম চিং চিয়াঙে পুৱাৰ পৰা আহোমৰ স্মৃতি বিজড়িত মৈদাম ক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যবেক্ষণ কাৰ্য সম্পন্ন কৰিব। বিয়লিলৈ চলাপথাৰ শ্যাম গাঁৱলৈ গৈ আহোমসকলৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ ল'ব।