মহানগৰৰী সাতমাইলত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ…

মহানগৰৰী সাতমাইলত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ…
  • পুনৰ মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ।
  • এইবাৰ মহানগৰীৰ সাতমাইলত উদ্ধাৰ হৈছে এটা মৃতদেহ।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য।
  • অঞ্চলটোৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে মৃতদেহটো।
  • মৃতদেহ উদ্ধাৰ হোৱা স্থানত দুৰ্গন্ধ বিয়পি পৰাত স্থানীয় লোকে প্রত্যক্ষ কৰে মৃতদেহটো।
  • ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী।
  • উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
  • কেতিয়া, কেনেকৈ লোকজনৰ মৃত্যু হ'ল অথবা হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য প্ৰকাশ পোৱা নাই।
  • আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in