সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ দেহাৱসান...

ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ দেহাৱসান...

ডিজিটেল ডেস্ক :

  • ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ দেহাৱসান।

  • পুৱতি নিশা জালুকবাৰীস্থিত নিজবাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে পণ্ডিত গৰাকীয়ে।

  • মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৩ বছৰ।

  • দেওবাৰে আবেলি ভূতনাথশ্মশানত সম্পন্ন হ’ব শেষকৃত্য।

assam guwahati