New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
অৰুণাচলৰ খুনচাত আলফা (স্বাঃ)ৰ এজন সদস্যক আটক।
মঙলবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ নোকলোত আটক সদস্যজনক।
আলফা (স্বাঃ)ৰ সদস্যজনৰ নাম দ্বীপেন অসম।
আছাম ৰাইফলছৰ শিবিৰত ৰখা হৈছে দ্বীপেন অসমক।
কিছুদিন পূৰ্বে আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা পলায়ন কৰিছিল।