অসম মুখ্য-পৃষ্ঠা আলফা (স্বাঃ)ৰ চলমান শিবিৰৰ পৰা দুই সদস্যৰ পলায়ন... দুয়োজন সদস্য বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত Asomiya Pratidin 15 Sep 2022 18:29 IST Follow UsNew Updateulfa member ম্যানমাৰৰ আলফা (স্বাঃ)ৰ চলমান শিবিৰৰ পৰা দুই সদস্যৰ পলায়ন।মাৰ্ঘেৰিটাৰ বিকাশ ৰাজবংশী ওৰফে ৰিয়ান অসমৰ পলায়ন।আনজন সদস্য মাকুমৰ সূৰয মৰাণ ওৰফে ৰাঘৱ অসম।দুয়োজন সদস্য বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত। assam tinsukia ulfa jagunআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক