/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dig.jpg)
ডিজিটেলডেস্ক: উজনি অসমত আৰক্ষীৰ শীৰ্ষ বিষয়াক টাৰ্গেট আলফা(স্বা)ৰ। চোৰাং চোৱাৰ তথ্য অনুসৰি আলফা(স্বা)ৰ শীৰ্ষ টাৰ্গেট ৰেঞ্জ DIG জিৎমল দলে ।
এই সন্দৰ্ভত চোৰাং চোৱাই সতৰ্ক কৰিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক। দলেৰ নেতৃত্বত ধাৰাবাহিক অভিযান চলিছিল উজনিত ।
উল্লেখ্য যে, নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ৰ পৰাই দলে কেইবাটাও বিদ্ৰোহী সংগঠনৰ লক্ষ্য হৈ আহিছে। বৰ্তমানৰ চোৰাং চোৱাৰ এই তথ্যইও কিছু চিন্তাৰ কাৰণ হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us