New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- পুৱা ৭ বজাৰ পৰা ওদালগুৰি জিলাৰ ৩ বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ।
- শান্তিপূৰ্ণভাৱে হৈ আছে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিত ভোটগ্ৰহণ।
- দিনৰ ১১ বজালৈকে ভোটদানৰ হাৰ সমষ্টি কেইটাত ক্ৰমে-
- ৬৪নং পানেৰীত ভোটদানৰ হাৰ ৩৫%।
- ৬৯নং ওদালগুৰিত ভোটদানৰ হাৰ ৩২%।
- ৭০ নং মাজবাটত ভোটদানৰ হাৰ ৩১%।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us