/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
ডিজিটেল ডেস্ক: ওদালগুৰিৰ ভৈৰৱকুণ্ড ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। মূৰ্তি বিসৰ্জন দিবলৈ যোৱা বাহন দুৰ্ঘটনাগ্রস্ত।
মেক্সিমো বাহন দুৰ্ঘটনাগ্রস্ত হৈ গুৰুতৰভাবে আহত হয় ১৫ গৰাকীকৈ লোক। জানিব পৰা মতে ভৈৰৱকুণ্ডৰ ধনশ্রী নৈত মূৰ্তি বিসৰ্জনৰ বাবে গৈছিল দলটো।
পথ বহল কৰাৰ বাবে খান্দি থোৱা গাঁতত পৰি সংঘটিত এই দুৰ্ঘটনা।দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS-27-C-6626।
আৰু পঢ়ক: উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই…