দিনৰ ১ বজালৈকে ওদালগুৰিৰ ক’ত কিমান ভোটদানৰ হাৰ…

দিনৰ ১ বজালৈকে ওদালগুৰিৰ ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • ওদালগুৰি জিলাৰ ৩ বিধানসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ।
  • শান্তিপূৰ্ণভাৱে হৈ আছে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ।
  • দিনৰ ১ বজালৈকে ভোটদানৰ হাৰ সমষ্টি কেইটাত ক্ৰমে-
  • ৬৪নং পানেৰীত ভোটদানৰ হাৰ ৫৩%।
  • ৬৯নং ওদালগুৰিত ভোটদানৰ হাৰ ৫১%।
  • ৭০ নং মাজবাটত ভোটদানৰ হাৰ ৫০%।