সন্ধিয়া ৬ বজালৈকে কিমান ভোটদান হ’ল ওদালগুৰিত

সন্ধিয়া ৬ বজালৈকে কিমান ভোটদান হ’ল ওদালগুৰিত

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • ওদালগুৰি জিলাৰ ৩ বিধানসভা সমষ্টিত সন্ধিয়া ৬ বজা পৰ্যন্ত ভোটগ্ৰহণৰ হাৰ এনেধৰণৰ-
  • ৬৪নং পানেৰীত ভোটদানৰ হাৰ ৭৭%।
  • ৬৯নং ওদালগুৰিত ভোটদানৰ হাৰ ৭৮.০৬%।
  • ৭০ নং মাজবাটত ভোটদানৰ হাৰ ৭৭.০৬%।