বিয়লি ৩ বজালৈকে ওদালগুৰিৰ ভোটদানৰ হাৰ…

বিয়লি ৩ বজালৈকে ওদালগুৰিৰ ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • ওদালগুৰি জিলাৰ ৩ বিধানসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ।
  • শান্তিপূৰ্ণভাৱে হৈ আছে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ।
  • বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ সমষ্টি কেইটাত ক্ৰমে-
  • ৬৪নং পানেৰীত ভোটদানৰ হাৰ ৬১%।
  • ৬৯নং ওদালগুৰিত ভোটদানৰ হাৰ ৬০%।
  • ৭০ নং মাজবাটত ভোটদানৰ হাৰ ৬০%।