New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-4.jpg)
ওদালগুৰিৰ ঔৰংগাজুলিত হত্যাকাণ্ড।
চৌহান তাঁতী নামৰ এজন লোকক ঘপিয়াই হত্যা।
দেওবাৰে সংঘটিত হৈছিল এই হত্যাকাণ্ড।
পৱন তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে হত্যাকাৰী পৱন তাঁতীক।
পূৰ্বেও এজন লোকক আক্রমণ কৰি জে’ললৈ গৈছিল পৱন।
এতিয়ালৈকে হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।