New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4b2844f2-440f-46bd-a496-132bd6caac5f/download.jpg)
ওদালগুৰিৰ ধৰমজুলি চাহ বাগিচাত খাদ্যত বিষক্রিয়া।
কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰ ৬জনকৈ লোক।
অসুস্থ সকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক।
অসুস্থ সকলক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।
ওদালগুৰিৰ ধৰমজুলি চাহ বাগিচাত খাদ্যত বিষক্রিয়া।
কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰ ৬জনকৈ লোক।
অসুস্থ সকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক।
অসুস্থ সকলক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।