New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/3baaf091-a4c9-4096-b468-2923040ec44c.jpg)
- ওদালগুৰিত খোলা হ'ল ষ্ট্ৰং ৰুমৰ দুৱাৰ।
- ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলা।
- এই ভোটগণনা কেন্দ্ৰত জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে পানেৰী, মাজবাট আৰু ওদালগুৰিৰ ভোটগণনা অনুষ্ঠিত হৈছে।
- মঙ্গলদৈত ১৭,৯৫,৫২৯গৰাকী ভোটাৰৰ ভিতৰত ১৫,০০৯০৮জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল লোকসভা নিৰ্বাচনত।