/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/69ded95b-e858-4a26-89ca-2980c97c30a5/download.jpg)
udalguri deadbody recover
ডিজিটেল ডেস্ক : ওদালগুৰিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। উল্লেখ্য যে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ।
মহিলাগৰাকী চিনাগাঁৱৰ মণিকা কিস্কুৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে ডিঙি ৰেপি হত্যা কৰা হৈছিল মহিলাগৰাকীক। কি কাৰণত আৰু কোনে এনেদৰে হত্যা কৰিলে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us