গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব কেব সেৱা...

এই সিদ্ধান্ত গ্ৰহণ কৰে কেব চালকে

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব কেব সেৱা...

UBER DIVER PROTEST

ডিজিটেল ডেস্ক : গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব কেব সেৱা। দিনজোৰা প্রতিবাদৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে কেব চালকসকলে। জাননী নিদিয়াকৈ কোম্পানীয়ে একাউণ্ট বন্ধ কৰিছিল উবেৰ চালকৰ।

একাউণ্ট বন্ধ কৰাৰ প্রতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰে উবেৰ চালকে। মঠঘৰীয়াস্থিত উবেৰৰ কাৰ্যালয়ত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেব চালক সকলে।

assam guwahati protest uber driver