গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব কেব সেৱা...

এই সিদ্ধান্ত গ্ৰহণ কৰে কেব চালকে
UBER DIVER PROTEST
UBER DIVER PROTEST

ডিজিটেল ডেস্ক : গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব কেব সেৱা। দিনজোৰা প্রতিবাদৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে কেব চালকসকলে। জাননী নিদিয়াকৈ কোম্পানীয়ে একাউণ্ট বন্ধ কৰিছিল উবেৰ চালকৰ।

একাউণ্ট বন্ধ কৰাৰ প্রতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰে উবেৰ চালকে। মঠঘৰীয়াস্থিত উবেৰৰ কাৰ্যালয়ত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেব চালক সকলে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in