ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ পৰা আটক দুই ইউক্ৰেইনৰ নাগৰিকক…

ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ পৰা আটক দুই ইউক্ৰেইনৰ নাগৰিকক…

author-image
asomiyapratidin
New Update
৩ মাহ ধৰি সন্ধানহীন উমেশ, অৱশেষত ঘৰৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ কংকাল…

  • পশ্চিমবংগত আটক দুই বিদেশী লোক।
  • আটকাধীন লোক দুজন ইউক্রেনৰ নাগৰিকক।
  • নিউ কোচবিহাৰ ৰে'ল ষ্টেচনৰ পৰা আটক কৰা হৈছে ইউক্রেনিয়ানদ্বয়ক।
  • ডিব্রুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্রেছৰ পৰা আটক কৰা হৈছে তেওঁলোকক।
  • এগৰাকী মহিলা আৰু এজন পুৰুষক আটক।
  • ভিছাৰ সময় উকলি যোৱাৰ বাবে দুয়োকে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।