
দক্ষিণ কামৰূপৰ ১নং জীয়াকুৰত অঘটন
দুই যুৱকক অচেতন অৱস্থাত পেলাই থৈ পলায়ন এখন বাহনৰ
স্থানীয় ৰাইজ, সাংবাদিকৰ তৎপৰতাত উদ্ধাৰ যুৱক দুজনক
যুৱক দুজন ধুবুৰীৰ ৰায়পুৰৰ বুলি জানিব পৰা গৈছে
এখন ছুইফট বাহনৰ পৰা পেলাই থৈ গৈছিল যুৱক দুজনক
যুৱক দুজনক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায়
নিচাযুক্ত দ্রৱ্য ব্যৱহাৰ কৰি যুৱক দুজনক লুট কৰাৰ সন্দেহ আৰক্ষীৰ