/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2d569b85-e2db-459d-a7d8-480e037ee283/kokrajhar_09.jpg)
kokrajhar kokrajhar
-
ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ দুজন চৰকাৰী কৰ্মচাৰী।
-
উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল ফেৰষ্টাৰ আৰু গাৰ্ড।
-
গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী জনৰ নাম কামিনী নাৰ্জাৰী।
-
কোকৰাঝাৰৰ গোসাঁইগাঁৱত গ্ৰেপ্তাৰ কৰিলে কামিনী নাৰ্জাৰীক।
-
তেওঁৰ লগতে বনৰক্ষী প্ৰবীণ ব্ৰহ্মকো গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।
-
মুখ্যমন্ত্রীৰ তদাৰক আৰু দুর্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰ্মচাৰীজন।
-
বন বিভাগৰ গোঁচৰ মীমাংসা কৰাৰ নামত দাবী কৰা উৎকোচ গ্ৰহণ কৰোঁতেই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁওস্থ ফৰেষ্টাৰ শ্ৰী কামিনি নাৰ্জাৰি
আৰু গাৰ্ড শ্ৰী প্ৰবীণ ব্ৰহ্মই এক বন বিভাগৰ গোঁচৰ মীমাংসা কৰাৰ নামত দাবী কৰা উৎকোচ গ্ৰহণ কৰোঁতে @DIR_VC_ASSAM ৰ দল এটাই হাতে - লোঁটে ধৰি গ্ৰেপ্তাৰ কৰে।।@assampolice @CMOfficeAssam pic.twitter.com/uT3AjNreZm— GP Singh (@gpsinghips) September 9, 2022