
দক্ষিণ শালমাৰা-মানকাচৰৰ দুই কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত
UBC No 90 ৰৌচান আলী আৰু UBC 92 আশ্ৰফুল আলমক বৰ্খাস্ত
জানিব পৰা মতে উক্ত দুই আৰক্ষী কনিষ্টবল গোৱালপাৰাত ডকাইতিৰ গোচৰত জড়িত হৈ আছিল
মঙলবাৰে হাটশিঙিমাৰী জিলা আৰক্ষীয়ে দুয়োকে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।