অসম মুখ্য-পৃষ্ঠা হঠাৎ বৃদ্ধি জলপৃষ্ঠ, কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু হঠাৎ বৃদ্ধি জলপৃষ্ঠ, কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু asomiyapratidin 31 Jul 2022 20:51 IST Follow UsNew Updateঅৰুণাচলৰ কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু।হঠাৎ নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আবদ্ধ শিশু দুটা।প্রাণ ৰক্ষাৰ বাবে এটা শিলত আশ্রয় শিশু দুটাৰ।আৰক্ষী আৰু স্থানীয় লোকৰ উদ্ধাৰৰ চেষ্টা অব্যাহত।অৰুণাচলৰ চেপা পাচা মায়োৰাং অঞ্চলত এই ঘটনা। assam arunachalআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক