/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c7510ef3-8959-4327-8c45-e4e6a5d9d2f5/24.jpg)
-
বগীবিলত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ'ল দুই শিশুৰ।
-
অকাল মৃত্যুক আঁকোৱালি লোৱা দুই শিশু হৈছে- দুজন বগীবিল ধনেখনাৰ শক্তিবান বৰা আৰু সুবন্তি বৰাৰ পুত্ৰ ক্ৰমে দিগন্ত বৰা আৰু ৰূপম বৰা বুলি জানিব পৰা গৈছে।
-
ভাতৃদ্বয়ে ধনেখনা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰিছিল ।
-
এক শোকাকুল পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে পৰিয়ালটোত।
-
ভাতৃদ্বয়ক বৰ্তমান অসম চিকিৎস্যা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
Also Read: গড়চুক আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ গেং