New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-2.jpg)
- শিলচৰত জব্দ বাৰ্মিজ চুপাৰী।
- জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য় প্ৰায় ১কোটি টকা।
- চুপাৰীখিনি কঢ়িয়াই অনা এখন ট্ৰাকো জব্দ।
- আনহাতে আৰক্ষীয়ে আটক কৰিছে ৫সৰবৰাহকাৰীক।
- কাছাৰ হৈ বহি:ৰাজ্যলৈ নিয়াৰ সময়তে জব্দ কৰা হয় ট্ৰাকসহ চুপাৰীখিনি।
- ট্রাক দুখনৰ পৰা জব্দ ২০০ৰো অধিক বাৰ্মিজ চুপাৰিৰ বস্তা।