
নিশা জামুগুৰিহাটত তীব্ৰ উত্তেজনা
এখন চালক বিহীন গৰু ভৰ্তি ট্ৰাকক লৈ জামুগুৰিহাটৰ ২ নং বৰ পথাৰত সংঘটিত হয় এক উত্তেজনাময় পৰিস্থিতি
AS-28-AC-0450 নম্বৰৰ ট্ৰাকখনত অবৈধভাৱে প্ৰায় ১৮ টাকৈ গৰু কঢ়িয়াই আনিছিল
ইতিমধ্যে স্থানীয় ৰাইজে আবদ্ধ কৰে ট্ৰাকখন
ঘটনাস্থলীত জামুগুৰি আৰক্ষী থানাৰ দল উপস্থিত হৈ গৰুভৰ্তি ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে ৷