/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/tamulpur-3.jpg)
ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশনখন ৩ আৰু ৪ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত অনুষ্ঠিত হৈছে।
ট্ৰাইবেল জনগোষ্ঠীটোক সুৰক্ষিত কৰি ট্ৰাইবেল জনগোষ্ঠীটোৰ অধিকাৰ আদায় কৰাৰ ওপৰত প্ৰতিনিধি সভাত আলোচনা হ'ব বুলি তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক পবিত্ৰ নাৰ্জাৰীয়ে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us