ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২২ প্ৰতিযোগিতা, আছে আকৰ্ষণীয় পুৰস্কাৰ

প্ৰতিদিন টাইমৰ বিশেষ আয়োজন। ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২২ প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২২ প্ৰতিযোগিতা, আছে আকৰ্ষণীয় পুৰস্কাৰ

Trends Saradi shresta 2022 Contest,

ডিজিটেল ডেস্ক: সমাগত শাৰদীয় দুৰ্গা পূজা। এই উপলক্ষ্য়ে প্ৰতিদিন টাইমে কৰিছে এক বিশেষ আয়োজন। ট্ৰেণ্ডচৰ সহযোগত প্ৰতিদিন টাইমে আয়োজন কৰিছে এই প্ৰতিযোগিতাৰ। লগতে আছে আকৰ্ষণীয় পুৰস্কাৰ।

Advertisment

পূজাৰ সময়চোৱাত অনুষ্ঠিত হ'ব ''ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২২ প্ৰতিযোগিতা''। ৩ টা শিতানত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত থাকিব- সৰ্বশ্ৰেষ্ঠ পূজা পুৰস্কাৰ, আটক ধুনীয়া পূজা মণ্ডপ আৰু প্ৰতিমান সা-সজ্জা পুৰস্কাৰ আৰু অভিনৱ সৃষ্টিশীল পুৰস্কাৰ।

এই প্ৰতিযোগিতা ইচ্ছাকৃত সকলে বিনামূলীয়াকৈ যোগদান কৰিব পাৰিব। এই প্ৰতিযোগিতা বিজেতালৈ প্ৰদান কৰা হ'ব আকৰ্ষণীয় পুৰস্কাৰো। মুঠ ৩ লাখ টকা প্ৰদান কৰা হ'ব বিজেতালৈ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰক- ৬০০০৬১০২৬৯

assam durga puja