New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3f84481d-316f-449d-aa88-3cc86313dc5c/download.jpg)
নাহৰকটীয়া মহাবিদ্যালয় পথত শোকাৱহ ঘটনা
ট্রাকৰ চেপাত মৃত্যু বিতু হাসদা নামৰ এজন কিশোৰৰ
চিমেণ্ট নমাই ট্রাকখন ঘূৰোৱাৰ সময়তে সংঘটিত এই ঘটনা
ট্রাকখনৰ লগতে আহিছিল কিশোৰজন
মৃত কিশোৰটিৰ ঘৰ বোকাখাতৰ সাপজুৰি বঙালী গাঁৱত
ভাৰত পেট্র’লিয়াম ডিপোৰ সন্মুখতে সংঘটিত এই ঘটনা।
Also Read: ৰাজ্যিক কৰ্মচাৰীয়ে ৬ এপ্ৰিলৰ পৰাই পাব ৰঙালী বিহুৰ বিশেষ বানচ