/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/31acdef9-490b-4987-adb0-bb5de519dd5f/jkd.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত পুতলা থিয়েটাৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হয়৷ অসমত হেৰাই যাব ধৰা আপূৰুগীয়া সংস্কৃতি তথা অতিতৰ পৰা অসমৰ গাঁৱে-ভূঞে বিপুল সমাদৰ লাভ কৰি অহা পুতলা থিয়াটাৰ নৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে শংৰদেৱ শিশু নিকেতন নদুৱাৰ পৰিচালনা সমিতিৰ আমন্ত্ৰন ৰক্ষা কৰি “ৰংঘৰ পুতলা থিয়াটাৰে” তিনিটি নিশাৰ কাৰ্য্যসূচি হাতত লৈ কুসুমটোলা হাইস্কুল খেলাপথাৰত উপস্থিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/533d58ed-b026-4e9e-bafb-8312aa5a0605/e192a862_0ca4_4f8f_97a1_1fc1a4776b72.jpg)
ৰাইজৰ বিপুল সহাৰি পোৱা পুতলা থিয়াটাৰে হেৰাই যাব ধৰা এই আপুৰুগীয়া সংস্কৃতিক শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিয়ে অনাৰ বাবে ৰাইজে সমিতিৰ সকলো বিষয়ববিয়া কৰ্মকৰ্তাক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a957af26-34d3-4aa6-aa14-41cdde278089/7c7e2a43_35ed_419d_85fa_bfd1fd3178cd.jpg)