পৌৰ নিৰ্বাচন! ক’ত কিমান শতাংশই কৰিলে ভোটদান, সৱিশেষ…

পৌৰ নিৰ্বাচন! ক’ত কিমান শতাংশই কৰিলে ভোটদান, সৱিশেষ…

author-image
asomiyapratidin
New Update
পৌৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসন

ডিজিটেল ডেস্ক: ৰবিবাৰে ৰাজ্যৰ ৮০টা পৌৰসভাত অনুষ্ঠিত হয় ভোটদান। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াত সৰ্বমুঠ ৬৯.৬৬ শতাংশলোকে কৰে ভোটদান।

Advertisment

কোনটো পৌৰসভাত কিমান শতাংশ ভোটদান সম্পন্ন হ'ল সৱিশেষ তলত-

১)তিনিচুকীয়াত- তিনিচুকীয়া- ৬২.৭৩ শতাংশ
মাকুম- ৫১.২৫ শতাংশ
ডুমডুমা-৫৪.৮ শতাংশ

২) শদিয়া-চপোৱামুখ- ৭৩.২১ শতাংশ

৩)মাৰ্ঘেৰিটা- ৬৩.৮৭ শতাংশ
ডিগবৈ- ৫৯.৩২ শতাংশ

৪)ডিব্ৰুগড়- ৫৮.০২ শতাংশ
নাহৰকটীয়া- ৬৪.৫৪শতাংশ
চাবুৱা-৭৭.৭৯ শতাংশ
নামৰূপ- ৫১.৯১ শতাংশ

৫) শিৱসাগৰ-৬৪.৩৬ শতাংশ
আমগুৰি- ৭৪.২৪ শতাংশ
ডিমৌ-৬৬.৩৮ শতাংশ

৬) নাজিৰা-৬৫.১১ শতাংশ
শিমলুগুৰি- ৭৪.০৭ শতাংশ

৭)চৰাইদেউ- সোনাৰী- ৬৩.৫২ শতাংশ
মৰাণ- ৭০.৪২ শতাংশ

৮)যোৰহাট- ৫৮.৪ শতাংশ
টিয়ক- ৭২.৫১ শতাংশ

৯)তিতাবৰ-৬৫.১৯ শতাংশ
মৰিয়ণি-৬৬.৫ শতাংশ

১০)গোলাঘাট- ৬০.৩৩ শতাংশ
দেৰগাঁও- ৫২.২৩ শতাংশ

১১)বোকাখাট- ৬৭.২৮ শতাংশ।

১২)ধনশিৰী- সৰুপথাৰ- ৭১.২৪ শতাংশ
বৰপথাৰ-৬৯.৫৮ শতাংশ

১৩)নগাঁও-৬১.১৪ শতাংশ
ৰহা-৭০.৩২শতাংশ।
ধিং-৭০.৪২শতাংশ
কামপুৰ-৬৯.৮৯ শতাংশ

১৪) হোজাই-৭২.২৬ শতাংশ
লংকা-৬৮.৫ শতাংশ
লামডিং-৬২.২৯ শতাংশ
ডবকা-৭৪.৭১ শতাংশ

১৫) ধেমাজি- ৬৭.২৫ শতাংশ
শিলাপথাৰ- ৬৮.৪২ শতাংশ

১৬)লখিমপুৰ- নৰ্থ লখিমপুৰ-৬৮.৯১ শতাংশ
বিহপুৰীয়া-৭৩.০২শতাংশ
নাৰায়ণপুৰ-৮৩.০১ শতাংশ

১৭)ঢকুৱাখানা- ৭৮.৬৯ শতাংশ

১৮)বিশ্বনাথ- ৬৯.৫১শতাংশ
চতিয়া-৭২.০৭শতাংশ

১৯)গহপুৰ-৬৯.৯৯ শতাংশ

২০) শোনিতপুৰ-তেজপুৰ- ৬২.৬৮ শতাংশ
ৰঙাপাৰা-৬৯.৯৪ শতাংশ
ঢেকিয়াজুলি-৭২.০০শতাংশ
জামুগুৰি- ৭৯.৯৭ল শতাংশ

২১)দৰং, মঙলদৈ- ৬৮.১৮ শতাংশ
চিপাঝাৰ-৭৫.৭৩ শতাংশ
খাৰুপেটীয়া- ৭৩.৯৭শতাংশ

২২)মৰিগাঁও- ৭২.১২শতাংশ

২৩) কামৰূপ,পলাশবাৰী-৮২.১ শতাংশ
নৰ্থ গুৱাহাটী-৫৯.০৭ শতাংশ

২৪)ৰঙিয়া-৬৯.৩৪ শতাংশ

২৫)নলবাৰী-৭২.২৭ শতাংশ
টিহু-৭১.৪৮শতাংশ

২৬)বৰপেটা- ৭১.৫৫ শতাংশ
বৰপেটা ৰোড-৭৫.১৪ শতাংশ
হাউলী-৮০.৬৭ শতাংশ
সৰ্থেবাৰী-৭৯.৯ শতাংশ
সৰভোগ- ৭৯ শতাংশ

২৭)বজালী-পাঠশালা-৬৮.৬ শতাংশ
পাটাচাৰকুচী-৭৯.১ শতাংশ

২৮) বঙাইগাঁও-৭৪.৩২ শতাংশ

২৯)নৰ্থ শালমৰা-অভয়াপুৰী-৬৭.০৪ শতাংশ

৩০)ধুবুৰী- ৭০.৮ শতাংশ
গৌৰীপুৰ-৭১.৩ শতাংশ
গোলকগঞ্জ-৭৪.৩৫ শতাংশ

৩১)বিলাসীপাৰা-চাপৰ-৮১.৪৩শতাংশ
বিলাসীপাৰা-৭৮.১৯ শতাংশ
চাপতগ্ৰাম-৭০.৩৬শতাংশ

৩২)গোৱালপাৰা-৭৯শতাংশ
লক্ষিপুৰ-৮২শতাংশ

৩৩)কাছাৰ-সোণাই-৭৪শতাংশ

৩৪)লক্ষিপুৰ-৬৭.৪৯ শতাংশ

৩৫)হাইলাকান্দি- ৬৬.৬৫শতাংশ
লালা-৭৩.৯৭শতাংশ

৩৬)কৰিমগঞ্জ-৬৫.৪ শতাংশ
বদৰপুৰ-৬৪.৮৬ শতাংশ
ৰামকৃষ্ণ নগৰ-৭০.৯২ শতাংশ

সৰ্বমুঠ- ৬৯.৬৬ শতাংশ

assam election commission municipal election