New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- মঙলবাৰে মুঠ ১৫ ৰাজ্যৰ ১১৬ টা সমষ্টিত অনুষ্ঠিত হৈছে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- সন্ধিয়া ৫.৩০ বজালৈকে সাব্যস্ত হৈছে ৬১.৩১ শতাংশ ভোটাধিকাৰ।
- অসমত ভোটদানৰ হাৰ ৭৪.০৫ শতাংশ।
- সৰ্বাধিক ভোটদানৰ হাৰ পশ্চিম বংগত।
- ৰাজ্যখনত ভোটদানৰ হাৰ ৭৮.৯৪ শতাংশ।
- আনহাতে সৰ্বনিমম্ন ভোটদান সাব্যস্ত হৈছে জম্মু-কাশ্মীৰত।
- মাত্ৰ ১২.৪৬ শতাংশ ভোটদান হৈছে ৰাজ্যখনত।
- তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা অন্য ৰাজ্যৰ ভোটদানৰ হাৰ এনেধৰণৰ-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D41lTs7UEAAnTfi.jpg)