দুপৰীয়া ১ বজাৰলৈকে ৰাজ্যৰ ৫ সমষ্টিৰ ভোটদানৰ হাৰ

দুপৰীয়া ১ বজাৰলৈকে ৰাজ্যৰ ৫ সমষ্টিৰ ভোটদানৰ হাৰ

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • দুপৰীয়া ১ বজাৰলৈকে কৰিমগঞ্জৰ ভোটদানৰ হাৰ ৫৮ শতাংশ।
  • নগাঁৱত ১ বজাৰলৈকে ৪৬ শতাংশ ভোটদানৰ হাৰ।
  • শিলচৰ সমষ্টিত ৫৬শতাংশ ভোটদানৰ হাৰ।
  • মঙলদৈত ১ বজাৰলৈকে নিৰ্বাচনৰ হাৰ ৪৯ শতাংশ।
  • ডিফুত ভোটদানৰ হাৰ ১ বজাৰলৈকে ৬১ শতাংশ।
  • ইফালে মুঠ ভোটদানৰ হাৰ ৫ সমষ্টিত ৫৪ শতাংশ।