অসম মুখ্য-পৃষ্ঠা বিয়লি ৫ বজালৈকে ক’ত কিমান ভোট, পঢ়ক সবিশেষ খবৰ… বিয়লি ৫ বজালৈকে ক’ত কিমান ভোট, পঢ়ক সবিশেষ খবৰ… asomiyapratidin 18 Apr 2019 17:31 IST Follow UsNew Updateবিয়লি ৫ বজালৈকে কৰিমগঞ্জৰ ভোটদানৰ হাৰ ৭২ শতাংশ।নগাঁৱত বিয়লি ৫ বজালৈকে ৬৫ শতাংশ ভোটদানৰ হাৰ।শিলচৰ সমষ্টিত ৬৭ শতাংশ ভোটদানৰ হাৰ।মঙলদৈত বিয়লি ৫ বজালৈকে নিৰ্বাচনৰ হাৰ ৭১ শতাংশ।ডিফুত ভোটদানৰ হাৰ বিয়লি ৫ বজালৈকে ৭০ শতাংশ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক