অসম মুখ্য-পৃষ্ঠা বিয়লি ৪ বজালৈকে ক’ত কিমান ভোট, সবিশেষ খবৰ… বিয়লি ৪ বজালৈকে ক’ত কিমান ভোট, সবিশেষ খবৰ… asomiyapratidin 18 Apr 2019 16:39 IST Follow UsNew Updateবিয়লি ৪ বজালৈকে কৰিমগঞ্জৰ ভোটদানৰ হাৰ ৬৮ শতাংশ।নগাঁৱত ৪ বজালৈকে ৬২ শতাংশ ভোটদানৰ হাৰ।শিলচৰ সমষ্টিত ৬৩ শতাংশ ভোটদানৰ হাৰ।মঙলদৈত ৪ বজাৰলৈকে নিৰ্বাচনৰ ভোটদানৰ হাৰ ৬৬ শতাংশ।ডিফুত ভোটদানৰ হাৰ ৪ বজাৰলৈকে ৬৯ শতাংশ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক